APSC SYLLABUS / অসম লোকসেৱা


 অসম লোকসেৱা



অসম লোকসেৱা হৈছে এটি সন্মানজনক পদবী। অাপুনি যদি এটা মৰ্যাদাপূৰ্ণ চৰকাৰী চাকৰি বিচাৰে তেতিয়া হ'লে অসম লোকসেৱা বিষয়া হৈছে এনে এটা পদবী য'ত পুনি সন্মানৰ লগতে উন্নতমানৰ দৰমহা লাভ কৰিৱ । পোনাক থকাৰ সুবিধাৰ লগতে যাতায়তৰ বাবে গাড়ী ৰু এজন চালকৰ লগতে পোনাক প্ৰয়োজন অনুসৰি নিৰাপত্তিৰক্ষীও প্ৰদান কৰিৱ ।এনে এটি সন্মানযুক্ত ৰু সুবিধাযুক্ত চাকৰি হয়তো অসমত ছে।


অসম প্ৰশাসনিক বিষয়াসকলক নিৰ্ৱাচন কৰা বাবে অসম লোকসেৱা য়োগে পৰীক্ষা অনুষ্ঠিত কৰে । এই পৰীক্ষা দুই প্ৰকাৰৰ হয় । ১। প্ৰাথমিক পৰীক্ষা ৰু  ২। চূড়ান্ত পৰীক্ষা
প্ৰাথমিক পৰীক্ষা : এই পৰীক্ষাত  Objective প্ৰশ্ন হে। ইয়াত পোনাক এটা প্ৰশ্ন দিয়া হ'ৱ ৰু তাৰ তলত 4 টা  option দিয়া হ'ৱ , তাৰ পৰা পুনি শুদ্ধ উত্তৰটো উলিয়াৱ লাগিৱ । এনেকৈ সম্পূৰ্ণকৈ 400 টা প্ৰশ্নৰ উত্তৰ পুনি দিৱ লাগিৱ । তাৰে ভিতৰত 200 নম্বৰ হিৱ পোনাৰ সাধাৰণ জ্ঞান পৰা ৰু 200 নম্বৰ হিৱ পুনি বাচনি।কৰা বিষয়টোৰ পৰা।
Paper I - general knowledge
Marks - 200 , Time - 2 hours
সাধাৰণ জ্ঞানৰ : প্ৰশ্নখনৰ বাবে পুনি চাৱ লাগিৱ
i) ৰাজনীতি
ii) অৰ্থনীতি
iii) ইতিহাস
iv) ভূগোল
ৰাজনীতিৰ ভিতৰত পুনি চাৱ লাগিৱ 
ভাৰতীয় সংবিধান
ভাৰত ৰু অসমৰ ৰাজনৈতিক ঘটনা সমূহ
ভাৰত ৰু অসমৰ বৰ্তমান ৰাজনৈতিক ঘটনাসমূহ
অৰ্থনীতি ভিতৰত পুনি চাৱ লাগিৱ
বিশ্ব অৰ্থনীতিৰ ইতিহাস ৰু বৰ্তমান
অসম অাৰু ভাৰতৰ অৰ্থনীতি
ইতিহাসৰ ভিতৰত পুনি চাৱ লাগিৱ
অসম বুৰণ্ঞ্জী
ভাৰতৰ ইতিহাস
ভূগোলৰ ভিতৰত পুনি চাৱ লাগিৱ
ভাৰতৰ ভূগোল
অসমৰ ভোগলিক অৱস্হা
বিশ্ব ভূগোল
এই চাৰিটা প্ৰধান বিষয়ৰ উপৰিও চাৱ লাগিৱ
ন্তৰ্জাতিক সংগঠন বিশ্ব সংস্হা
ন্তৰ্জাতিক চুক্তি
- যোৱা এবছৰৰ দেশৰ লগতে বিশ্বৰ খেল সম্পৰ্কে
- প্ৰয়োজনীয় তাৰিখ
- যোৱা এবছৰৰ চিনেমা জগতৰ লগত জড়িত কথা
- দেশ ৰু বিশ্বৰ সংস্কৃতি
- বিজ্ঞান ৰু কাৰিকৰী
- mental ability
- প্ৰয়োজনীয় ৰু মূল্যৱান দেশ বিদেশৰ গ্ৰন্থ ৰু লিখকৰ নাম।
Paper II - Marks - 200 , Time - 2 hours
(Paper II) নিৰ্ৱাচিত বিষয় (Optional subject) : প্ৰাথমিক পৰীক্ষাত 28 টা বিষয়ৰ পৰা এটা বিষয় নিৰ্বাচন কৰি ল'ৱ লাগে ৰু প্ৰাথমিক পৰীক্ষাত সেই বিষয়ৰ ওপৰত  বস্তুনিষ্ঠ(optional) প্ৰশ্নয়ে সুধা হ'ৱ। ইয়াত পুনি যিটো বিষয় নিৰ্বাচন কৰিৱ সেই বিষটোৰ স্নাতক (Degree) পৰ্যায়ৰ প্ৰশ্ন সুধা হ'ৱ ।
28 টা বিষয় তলত দিয়া হ'ল -
1. Agriculture
2. Anthropology
3. Animal Husbandry & Vety Science
4. Botany
5. Chemical Engineering
6. Civil Engineering
7. Chemistry
8. Commerce
9. Computer Science
10. Economics
11. Education
12. Electrical Engineering
13. Electronics
14. Fisheries
15. Geography
16. Geology
17. Indian History
18. Law
19. Mathematics
20. Mechanical Engineering
21. Medical Science
22. Philosophy
23. Physics
24. Political science
25. Psychology
26. Sociology
27. Statistics
28. Zoology
চূড়ান্ত পৰীক্ষা (Main exam): চূড়ান্ত পৰীক্ষা দুই প্ৰকাৰৰ লিখিত পৰীক্ষা ৰু মৌখিক পৰীক্ষা ।
লিখিত পৰীক্ষা : লিখিত পৰীক্ষাত পুনি দীঘলীয়া উত্তৰ লিখিৱ লাগিৱ । প্ৰশ্নসমূহ ক্ৰমে  নম্বৰৰ হ'ৱ । ৰু লিখিত পৰীক্ষাৰ বিষয় সমূহ হ'ল -
i) সাধাৰণ জ্ঞান - 300
ii) সাধাৰণ ইংৰাজী - 300
iii) নিৰ্বাচিত বিষয় I -
paper 1 - 200
Paper 2 - 200
iv) নিৰ্বাচিত বিষয় II -
Paper 1- 200
Paper 2 - 200
v) মৌখিক পৰীক্ষা -  200
সৰ্বমুঠ - 1600
 Merit list লিখিত পৰীক্ষা ৰু মৌখিক পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিতহে প্ৰস্তুত কৰা হয়। প্ৰাথমিক পৰীক্ষাৰ নম্বৰ যোগ কৰা নহয়। সেয়েহে লিখিত পৰীক্ষা ৰু মৌখিক পৰীক্ষা অধিক গুৰুত্বসহকাৰে ল'ৱ লাগে । লিখিত পৰীক্ষাত সাধাৰণ জ্ঞান ৰু সাধাৰণ ইংৰাজীৰ লগতে মুঠ 28 টা বিষয়ৰ পৰা দুটা বিষয় নিৰ্বাচন কৰিব লাগে।
তলত বিষয়সমূহ দিয়া হ'ল  -
Agriculture
Anthropology
Animal Husbandry & Vety Science
Botany
Chemical Engineering
Civil Engineering
Chemistry
Commerce & Accountancy
Computer Science
Economics
Education
Electrical Engineering(Paper II) & Paper I
Electronics
Fisheries
Geography
Geology
History
Law
Mathematics
Mechanical Engineering
Medical Science
Philosophy
Physics
Political Science
Psychology
Sociology
Statistics
Zoology
সাধাৰণ জ্ঞান : সাধাৰণ জ্ঞানৰ সূচীপত্ৰখন তলত দিয়া হ'ল -
i) ৰাজনীতি
ii) অৰ্থনীতি
iii) ইতিহাস
iv) ভূগোল 
ৰাজনীতিৰ ভিতৰত পুনি চাৱ লাগিৱ 
ভাৰতীয় সংবিধান
ভাৰত ৰু অসমৰ ৰাজনৈতিক ঘটনা সমূহ
ভাৰত ৰু অসমৰ বৰ্তমান ৰাজনৈতিক ঘটনাসমূহ 
অৰ্থনীতি ভিতৰত পুনি চাৱ লাগিৱ 
বিশ্ব অৰ্থনীতিৰ ইতিহাস ৰু বৰ্তমান
অসম ৰু ভাৰতৰ অৰ্থনীতি
ইতিহাসৰ ভিতৰত পুনি চাৱ লাগিৱ 
অসম বুৰণ্ঞ্জী 
ভাৰতৰ ইতিহাস 
ভূগোলৰ ভিতৰত পুনি চাৱ লাগিৱ 
ভাৰতৰ ভূগোল
অসমৰ ভোগলিক অৱস্হা
বিশ্ব ভূগোল
এই চাৰিটা প্ৰধান বিষয়ৰ উপৰিও চাৱ লাগিৱ 
ন্তৰ্জাতিক সংগঠন বিশ্ব সংস্হা
ন্তৰ্জাতিক চুক্তি
যোৱা এবছৰৰ দেশৰ লগতে বিশ্বৰ খেল সম্পৰ্কে
প্ৰয়োজনীয় তাৰিখ
যোৱা এবছৰৰ চিনেমা জগতৰ লগত জড়িত কথা 
দেশ ৰু বিশ্বৰ সংস্কৃতি 
বিজ্ঞান ৰু কাৰিকৰী 
- mental ability
প্ৰয়োজনীয় ৰু মূল্যৱান দেশ বিদেশৰ গ্ৰন্থ ৰু লিখকৰ নাম।
সাধাৰণ ইংৰাজী সাধাৰণ ইংৰাজীৰ  syllabus খন তলত দিয়া হ'ল -
1) Fill in the blanks with suitable Article
2) Choose the correct ‘SynonyDegree) Choose the correct ‘Antonyms’
4) Select the correct Question Tag
5) Fill in the blanks with suitable Proposition
6) Select the correct word 
7) Identify the sentence (Simple, Compound, Complex Sentence)
8) Correct Tense
9)Match the following words & Phrases
10) Select the correct Plural forms 
11) Select the correct sentence Form compound words (Eg: Noun+Verb)
12) Find out the odd words (Adject, Noun) 
13) Identify the correct Degree 

মৌখিক পৰীক্ষা : মৌখিক পৰীক্ষা প্ৰশ্নবোৰ সাধাৰণতে শুধা হয় -
- বৰ্তমান সময়ৰ ঘটনা ওপৰত
- কোনো সমস্যা সমাধান কৰাৰ ক্ষমতা
- নিৰ্বাচন কৰা বিষষয়ৰ ওপতৰ বেছি প্ৰশ্ন শুধা হয়  
- নিজৰ  Hobby ৰ ওপৰত প্ৰশ্ন শুধা হয়
- মনৰ ক্ষমতা ৰু ব্ৰেইনৰ তীক্ষ্ণতা সম্পৰ্কীয় প্ৰশ্ন শুধা হয়





All the best