NEWS


ৰাজনীতি আৰু প্ৰধান খৱৰ 

1. কালিৰ পৰা বন্ধ হ'ৱ কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ । 
2. অম্বুবাচী মেলা উপলক্ষে বহুতো দেশী বিদেশী ভক্তই ভীৰ কৰিছেহি নীলাচল পাহাৰ 
3.আজি ৰাতি 9:30 ৰ পৰা আৰম্ভ হ'ৱ অম্বুবাচী মেলা। 
4. আজি বিশ্ব যোগ দিৱস উপলক্ষে অসমৰ লগতে সমগ্ৰ বিশ্বতে যোগ দিৱস পালন কৰা হয়। 
5. আজি সংসদত তিনি তালাক বিধেয়কখন উত্থাপন কৰা হয়।
6. 3 জুনত অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত AN-32 বিমানখনৰ পাইলতসহ সেনা উদ্ধাৰ। 

খেল

1. বিশ্বকাপত আজি ইংলেণ্ডৰ মুখামুখি হ'ৱ শ্ৰীলংকা।
2. শ্ৰীলংকাই প্ৰথমে বেটিং কৰি 50 অভাৰত 232 ৰান কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ বিজয়ৰ বাবে প্ৰয়োজন 333 ৰান । 

মনোৰঞ্জন 

1. Sidhart Anand ৰ নতুন আহিবলগীয়া চিনেমা Fighers ত য Hrithik আৰু Tigar ক একেলগে দেখা যাব ।

ৰাজনীতি আৰু প্ৰধান খৱৰ

1. কামাখ্যা মন্দিৰৰ সমীপত মুণ্ডহীন মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।
2. আজি ৰাতিপুৱাই মুকলি হ'ৱ ব্ৰহ্মপুত্ৰৰ পুৰণি দলং ।
3. অসমৰ 65 খন মহাবিদ্যালয়ত 2021 ৰ পৰা আৰম্ভ হ'ৱ BEd ৰ পাঠ্যক্ৰম ।
4. শ্ৰেষ্ঠ 1000 খন উচ্চশিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত গুৱাহাটী IIT এ 491 স্থান দখল কৰিবলৈ সক্ষম হয় ।
5. গুৱাহাটীৰ উগ্ৰতৰা মন্দিৰৰ পুখুৰীত দুষ্পাপ্য মাংসভোজী কাচ উদ্ধাৰ ।
6. যভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে শিখৰ ধাৱন সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে।

খেল

1. বিশ্বকাপত আজি অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ৱ বাংলাদেশ ।
2. অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি 50 অভাৰত 381 ৰান কৰিবলৈ সক্ষম হয়। বাংলাদেশক বিজয়ৰ বাবে প্ৰয়োজন 382 ৰান ।